Local, Vocal, Global

বিশ্বৰ ধনী মানুহৰ তালিকাৰ শীৰ্ষ স্থানত থকা JOFF BEZOS আৰু ELON MUSK ক পিছ পেলালে ভাৰতৰ কোটিপতি GOUTAM ADANI য়ে

চলিত বৰ্ষত ADANI GROUP ৰ স্বত্বাধিকাৰী GOUTAM ADANI ৰ সম্পত্তি বৃদ্ধিৰে চেৰ পেলালে JOFF BEZOS আৰু ELON MUSK ক । আদানিৰ NET WORTH $16.2 MILLION পৰা চলিত বৰ্ষ ২০২১ ত NET WORTH $50 BILLION লৈ বৃদ্ধি পালে। বিশ্বৰ ধনী মানুহৰ তালিকাত  থকা BEZOS আৰু MUSK ক পিছ পেলাই  উৰ্ধতম স্থান দখল কৰিবলৈ সক্ষম হৈছে GOUTAM ADANI য়ে।