Local, Vocal, Global

পুনৰ কন্টেইনমেন্ট জ’ন ঘোষণা গুৱাহাটীৰ স্পেনিছ গাৰ্ডেন

*পুনৰ কৰ’নাৰ কৱলত মহানগৰীৰ অভিজাত স্পেনিচ গাৰ্ডেন।
*মণীষ তিব্ৰেৱালৰ পাছত স্পেনিচ গাৰ্ডেনত কৰ’নাৰ চিকাৰ ব্যৱসায়ী ৰোহিত দেওৰা।
*গুৱাহাটী চিটি চেন্টাৰৰ মালিক ৰোহিত দেওৰাৰ দেহত কৰ’না পজিটিভ।
*ৰোহিতৰ পিতৃৰ দেহতো সংক্ৰমন।
*কৰ্কট আক্ৰান্ত পিতৃৰ চিকিৎসাৰ বাবে ২৩ দিন পূৰ্বে দিল্লীলৈ গৈছিল ৰোহিত।
*ব্যৱসায়ীজনৰ ৭ জনীয়া পৰিয়ালৰ ৫ জনেই থাকে জু-ৰোডৰ অভিজাত স্পেনিচ গাৰ্ডেনত।