Local, Vocal, Global

পুনৰ একেলগে অভিনয় কৰিব ছলমান আৰু কেটৰিনাই

পুনৰ একেলগে অভিনয় কৰিব ছলমান আৰু কেটৰিনাই

২০২১ৰ মাৰ্চত মুক্তি লাভ কৰিব দুই তাৰকাৰ ছবি টাইগাৰ ৩য়ে।

অৱশেষত পুনৰ একেলগে একেখন ছবিতে অভিনয় কৰিবলৈ ওলাইছে বলীউডৰ তাৰকা ছলমান খান আৰু কেটৰিনা কাঈফে। ইতিমধ্যে ছবিখনৰ শ্বুটিং আৰম্ভ হৈছে। বলীউডত ইখনৰ পিছত সিখন হিট ছবিত অভিনয় কৰিছে ছলমান আৰু কেটৰিনাই। বৰ্তমান পুনৰ এখন ব্লকব্লাষ্টাৰ ছবি কৰিবলৈ সাজু হৈছে দুই তাৰকা। শ্বুটিংথলীত কভিড প্ৰটকলৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে। ছবিখন প্ৰযোজনা কৰিছে য়শৰাজ ফিল্মছে আৰু পৰিচালনা কৰিছে মনীষ শৰ্মাই।