Local, Vocal, Global

নিমাওমাও নীলাচলত সোমবাৰৰ পৰা অম্বুবাচী..

নিমাওমাও নীলাচলত সোমবাৰৰ পৰা অম্বুবাচী।সাধু-সন্যাসী-ভক্তৰ অনুপস্থিতিত সোমবাৰে পুৱা ৭:৩৫ বজাত অম্বুবাচীৰ প্ৰবৃত্তি। কৰ’নাৰ আতংকময় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেৱল আনুষ্ঠানিকতা ৰক্ষা কৰি অনাড়ম্বৰভাৱে শক্তিপীঠ কামাখ্যাত এইবেলি অম্বুবাচী পালন কৰিব দেৱালয় কৰ্তৃপক্ষই। প্ৰথমবাৰৰ বাবে পৰিভ্ৰমী সাধু-সন্যাসী,দেশী-বিদেশী পৰ্যটক অবিহনে নিলাচলৰ বুকুত এইবেলি ৰক্ষা কৰা হ’ব অম্বুবাচীৰ পৰম্পৰা।।