Local, Vocal, Global

জখলাবন্ধা আৰক্ষীৰ সফল অভিযান

জখলাবন্ধা আৰক্ষীৰ সফল অভিযান। মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত জখলাবন্ধা আৰক্ষীৰ জালত ৪ গঁড় চিকাৰী। ধৃত গঁড় চিকাৰী ৪টা চামগুৰি কাৱৈমাৰীৰ জমিৰ আলী, কুঠৰীৰ বাবুল আলী, কাৰ্বি-আংলং হাওৰাঘাটৰ হেমাৰি ইংতি, কাংবুৰা টকবি বুলি চিনাক্ত। ধৃত গঁড়  চিকাৰী ৪টাৰ পৰা ৫ ৰাউণ্ড সজীৱ গুলী, ৪টা ম’বাইল ফোন জব্দ কৰে।