Local, Vocal, Global

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ চৌহদক কনতেইনমেন্ট জ’ন ঘোষণা

*গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰকে ধৰি মহানগৰীৰ ৩ স্থান কন্টেইনমেন্ট জ’ন ঘোষণা।
*কন্টেইনমেন্ট জ’ন ঘোষিত আন ২ স্থান নুনমাটি গীতানগৰৰ বাথৌ নগৰ আৰু মালিগাঁও গোশালাৰ কৃষ্ণ নগৰ।
*আনহাতে ন-মাইলৰ  চি আৰ পি এফ ৰ  গ্ৰাউণ্ড  চেন্টাৰৰ কন্টেইনমেন্ট জ’ন প্ৰত্যাহাৰ প্ৰশাসনৰ।
*২৩ মে’ৰ পৰা কন্টেইনমেন্ট জ’নত আছিল এই স্থান।