Local, Vocal, Global

খোৱাপানীৰ দাবীত ৰাজপথত ছাত্ৰ বিক্ষোভ

*গুৱাহাটীবাসীক বিশুদ্ধ খোৱাপানী যোগানৰ দাবীত ছাত্ৰ সন্থাৰ ধৰ্না কাৰ্যসূচী।
*মহানগৰীৰ ৰাজপথত বিক্ষোভ সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ।
*সামাজিক দূৰত্ব মানি ছাত্ৰ সংগঠনটোৰ এই বিক্ষোভ প্ৰদৰ্শন।
*লকডাউনৰ সংকটকালত বিশুদ্ধ খোৱাপানীৰ পৰা মহানগৰবাসীক বঞ্চিত কৰাৰ অভিযোগ।
*বিশুদ্ধ খোৱাপানী যোগানৰ দাবি পূৰন নকৰা পৰ্যন্ত প্ৰতিবাদি কাৰ্যসূচী অব্যাহত ৰখাৰ হুংকাৰ ছাত্ৰ সন্থাৰ।                                                                                                           * গুৱাহাটী ক্লাবৰ ৰ’টাৰীত পালন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী।