Local, Vocal, Global

কৰ’না , ৰাজ্যৰ বাবে এটা ভাল খবৰ

ৰাজ্যত কৰ’না আক্ৰান্তৰ দ্ৰুত সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ সুস্থ হৈ উঠিছে বহুগৰাকী। শুকুৰবাৰে ৰাজ্যত ৩৯ গৰাকী সুস্থ হৈ উঠা ৰোগীক হাস্পতালৰপৰা  ৰিলিজ দিয়া হয়। ইয়াৰে ১৩ গৰাকীক এম এম চি এইছ, ১১ গৰাকীক টি এম চি এইচ, ৬ গৰাকীক গোলাঘাট দি এইছ, ৫ গৰাকীক জে এম চি এইচ, ৩ গৰাকীক এ এম চি এইছ আৰু  এগৰাকীক এছ এম চি এইছৰ পৰা ৰিলিজ দিয়া হৈছে। ৰাজ্যত এই পৰ্যন্ত ৪৯৮ গৰাকীক ৰিলিজ দিয়া হৈছে ।সক্ৰিয় ৰোগীৰ সংখ্যা ১,৬৪৮ গৰাকী।