Local, Vocal, Global

কৰ’না আক্ৰান্ত জয়তীৰ ক্ষোভ, ৪ দিনে নমুনা পৰীক্ষা হোৱা নাই পৰিয়ালৰ

*মহানগৰীৰ কৰ’না আক্ৰান্ত যুৱতীৰ ক্ষোভ।
*ঘোঁৰামাৰাৰ প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্সৰ আক্ৰান্ত জয়তী হালদাৰে স্বাস্থ্যমন্ত্ৰীক উদ্দেশ্য কৰি টুইটযোগে প্ৰকাশ কৰিলে ক্ষোভ।
*৪ দিনে নমুনা পৰীক্ষা কৰা নাই যুৱতী গৰাকীৰ পৰিয়ালৰ।
*৬৫ বছৰৰ উৰ্দ্ধৰ পিতৃক লৈ উদ্বিগ্ন যুৱতী গৰাকী।
*ইতিমধ্যে যুৱতী গৰাকীৰ বাসস্থান প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্সৰ এম ব্লকটো কন্টেইনমন্ট জ’নত আছে।
*৫ জুনত মুম্বাইৰ পৰা অহা জয়তীৰ দেহত ধৰা পৰিছিল সংক্ৰমণ।