Local, Vocal, Global

কৰ’নাত আক্ৰান্ত চিলিণ্ডাৰ চোৰ, থানাত হাহাকাৰ

*গুৱাহাটীৰ হাতিগাঁও আৰক্ষী থানাত হাহাঁকাৰ!।
*চোৰৰ দেহত কৰ’না পজিটিভ পোৱাক লৈ আতংক।
*গেছৰ চিলিণ্ডাৰ চুৰিৰ অভিযোগত আটক কৰা কাহিলিপাৰাৰ গগণ ৰাজবংশী কৰ’নাত আক্ৰান্ত।
*মহানগৰীৰ লিলি হোটেলত কোৱাৰেন্টাইন কৰা হৈছে হাতিগাঁও থানাৰ ১২ আৰক্ষী বিষয়া কৰ্মচাৰী।
*গগণক স্থানান্তৰ কৰা হৈছে তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰলৈ।
*কাৰাগাৰৰ অন্যান্য কৰ্মচাৰীক আছুটিয়াকৈ ৰখা হৈছে গগণৰ পৰা।

*আজি নমুনা পৰীক্ষা  কৰা হব গগনৰ সংস্পৰ্শলৈ অহা তেজপুৰ কাৰাগাৰৰ অন্যান্য কয়দীৰ।