Local, Vocal, Global

কৰ’নাই কপোৱা বিশ্বত ৪ লাখ হোৱাৰ দিশে মৃতকৰ সংখ্যা

*বিশ্বত ৪ লাখলৈ বৃদ্ধিৰ পথত কৰ’নাত মৃতকৰ সংখ্যা।
*এই পৰ্যন্ত বিশ্বত মহামাৰীত মৃত্যু ঘটিছে ৩৯৩,২২৪ জনৰ।
*বিশ্বজুৰি আক্ৰান্তৰ সংখ্যা ৬,৭০৬,০৯৫,আৰোগ্য লাভ ৩,২৫২,৩৭৮ জনৰ।
*আক্ৰান্তৰ সংখ্যাৰে বিশ্বৰ শীৰ্ষ দুই স্থানত আছে আমেৰিকা আৰু ব্ৰাজিল।
*তৃতীয় স্থানত স্পেইনক পুনৰ অতিক্ৰম ৰাছিয়াৰ।
*বিশ্বৰ সপ্তম স্থানত থকা ভাৰতত ২৪ ঘন্টাত ৩ শতাধিক আক্ৰান্তৰে মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ২২৭,০২৯।
*দেশত এই পৰ্যন্ত ৬,৩৬৩ জনৰ মৃত্যু।
*মহাৰাষ্ট্ৰত ২৪ ঘন্টাত সৰ্বাধিক ২,৩৪৭ জন আক্ৰান্তৰে মুঠ আক্ৰান্ত ৩৩,০৫৩,মৃত্যু ২,৩৪৭।
*১১,৩৮০ গৰাকী আক্ৰান্তৰে তামিলনাডুত।
*গুজৰাটত এই পৰ্যন্ত ৬৫৯ জনৰ মৃত্যু।
*তৃতীয় স্থানত থকা তামিলনাডুত আক্ৰান্ত ১১,২২৪, মৃত্যু ৭৯ জনৰ।
*ইফালে দেশৰ ৰাজধানী দিল্লীত ২৪ ঘন্টাত ৪২২ জন আক্ৰান্ত বৃদ্ধিৰে মুঠ আক্ৰান্তৰ সংখ্যা *হৈছেগৈ ৯৭৫৫, মৃত্যু ১৪৮ জনৰ।