Local, Vocal, Global

কোৰোনাত আক্ৰান্ত হৈ মৃত্যু শিল্পী ত্ৰিদিপ চৌধুৰীৰ

কোৰোনাত আক্ৰান্ত হৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী ত্ৰিদীপ চৌধুৰীৰ মৃত্যু ।
গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰে চৌধুৰীয়ে ।
অসমৰ বাহিৰলৈ গৈছিল ত্ৰিদীপ চৌধুৰী ।
উভতি অহাৰ পিছতে আক্ৰান্ত হৈছিল কোভিডত ।
শেহতীয়াকৈ কোভিড নিগেটিভ হৈছিল চৌধুৰী ।
প্ৰথমে বঙাইগাওঁৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল শিল্পী গৰাকীক ।
তাৰ পিছতে উন্নত চিকিৎসাৰ বাবে শিল্পী গৰাকীক লৈ অহা হয় গুৱাহাটীলৈ ।