Local, Vocal, Global

কলহৰ পানীৰ উপকাৰীতাৰ লাভালাভ জনাৰ পিছত আপুনিও পাহৰি যাব ফ্ৰিজৰ পানী খাবলৈ

স্বাস্থ্য ৰ বাবে কিমান উপকাৰী কলহৰ পানী
বৰ্তমান যুগৰ ঠাণ্ডা ফ্ৰিজৰ পানীৰ চাহিদা যথেষ্ঠ বৃদ্ধি পাইছে
গতিকে আমাৰ গঞা সমাজত কলহৰ ব্যৱহাৰ কমি গৈছে
ফলত মানুহে কলহৰ পানী খোৱা ও এৰি দিছে ।

কিন্তু কলহৰ পানী স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী জানো আহক-

১- কলহৰ পানীয়ে শৰীৰত থকা বিষাক্ত পদাৰ্থ বোৰ আতৰ কৰাত সহায় কৰে

২-পেটৰ সমস্যাৰ বাবে উপকাৰী কলহৰ পানী

৩-গেছ পেটৰ বিষ শৰীৰৰ যিকোনো ৰোগৰ পৰা আতৰাই ৰাখে কলহৰ পানীয়ে

৪-গৰ্ভৱতী মহিলাৰ বাবে ফ্ৰিজৰ পানীৰ সলনি কলহৰ পানীহে উপযোগী

৫-কলহৰ পানী খালে ডিঙিত কোনো প্ৰভাৱ পেলাব নোৱাৰে

৬-শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বজাই ৰাখে

৭- ফ্ৰীজৰ পানী খালে গ্ৰন্থী বোৰ ফুলি যায় আনহাতে কলহৰ পানী খোৱাৰ ফলত এনে কোনো সমস্যা নহয় ।
কলহ সাধাৰণতে মাটিৰে নিৰ্মিত আৰু মাটিৰ উপাদান বোৰ পানীৰ সৈতে মিহলি হোৱাৰ পিছত ইয়াক অধিক স্বাস্থ্যকৰ কৰি তোলে ।