Local, Vocal, Global

আজি সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ ৪৩ সংখ্যক মৃত্যু বাৰ্ষিকী

সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ ৪৩ সংখ্যক মৃত্যু বাৰ্ষিকী।
১৯৭৭ চনৰ ১৫ জুলাইত দেহাৱসান ঘটিছিল বৰুৱাৰ।
দ্য আছাম ট্ৰিবিউন গোষ্ঠীৰ পিতৃপুৰুষ প্ৰয়াত বৰুৱা আছিল গুৱাহাটীৰ প্ৰথম মেয়ৰ।তেওঁৰ নেতৃত্বতে গুৱাহাটীত স্থাপন হৈছিল নেহৰু ষ্টেডিয়াম আৰু গুৱাহাটী চাহ নিলাম কেন্দ্ৰ। সমাজ জীৱনৰ লগতে এগৰাকী ক্ৰীড়া সংগঠক ৰূপে চিৰনমস্য সিংহ পুৰুষ গৰাকীৰ নেতৃত্বতে প্ৰতিষ্ঠা হৈছিল আছাম ফ্লাইং ক্লাৱ।তদুপৰি প্ৰায় এক দশক কাল তেওঁ অসম ক্ৰিকেট সন্থাৰো সভাপতি আছিল।।