Local, Vocal, Global

আজি সন্ধিয়া ৫ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰিব

আজি সন্ধিয়া ৫ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰিব। এই তথ্য পিএমঅ’ ইণ্ডিয়াই এটা টুইটযোগে প্ৰকাশ কৰিছে। অৱশ্যে কি বিষয়ত মুখ্য কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি দেশবাসীক সম্বোধন কৰিব তাৰ বিষয়ে কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই।
আনহাতে ক’ৰোনা সংক্ৰমণৰ ঘটনা হ্ৰাস হোৱাৰ বাবে দেশৰ বহুকেইখন ৰাজ্যতে লাহে লাহে আনলক প্ৰক্ৰিয়া আৰম্ভ হৈছে।