Local, Vocal, Global

আজি অনুৰাগী ভাস্কৰৰ সৈতে বৰষাৰ বিয়া

আজি অসমৰ জনপ্রিয় অভিনেত্রী বৰষাৰাণীৰ বিয়া। আজি ফাগুনৰ ৰঙাখিনি বৰষাৰ শিৰত আঁকি দিব যোৰহাটৰ ভাস্কৰ বৰুৱাই। ইতিমধ্যে ৰবিবাৰৰ দিনটোত সম্পন্ন হৈ যায় বহু প্রত্যাশিত বিয়াখনৰ জোৰোণ।

মায়ঙৰ ঐতিহাসিক গৰঙা মন্দিৰত হ’ব বহু প্ৰত্যাশিত বিয়াখন।