Local, Vocal, Global

ৰাজ্যত অব্যাহত কাল কৰ’নাৰ ভয়াৱহতা

  • ৰাজ্যত অব্যাহত কাল কৰ’নাৰ ভয়াৱহতা
  • বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ২৪০৩ গৰাকী
  • সোমবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ১৯১৮গৰাকী ৰোগীয়ে
  • মৃত্যু হয় ১৩ গৰাকীকৈ কৰ’নাআক্ৰান্ত ব্যক্তিৰ
  • ন’আক্ৰান্ত সকলৰ ভিতৰত ৫৩৮ গৰাকী কামৰূপ মহানগৰৰ, ১৮৩ ডিব্ৰুগড়ৰ, ১৮২ লখিমপুৰৰ,১১৮ গোলাঘাটৰ
  • ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৪৪হাজাৰ ১৬৬ গৰাকী
  • সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৮,৬৩০গৰাকী
  • বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ১৫হাজাৰ ৫১ ৰোগী
  • অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৪৮২ গৰাকী লোকৰ