Local, Vocal, Global

১৯৯৭ ৰ ARCHIE COMICS ৰ ভৱিষ্যতবাণীঃ ২০২১ চনত থাকিব ONLINE SCHOOL

১৯৯৭ চনত চপা হোৱা ARCHIE COMICS ত উল্লেখ কৰা হৈছিল ২০২১ চনত হোৱা অনলাইন স্কুলৰ কথা। ARCHIE COMICS ৰ এনে ভৱিষ্যত বাণীয়ে জনসাধাৰণৰ মাজত আলোৰণৰ সৃষ্টি কৰিছে। TWITTER ত ARCHIE COMICS ৰ ভৱিষ্যতবাণী কৰা পৃষ্ঠাটোৰ ফটোখন চেয়াৰ হোৱাৰ পিছতেই MICRO BLOGING SITE ত খলকনিৰ সৃষ্টি হৈছে। ১৯৯৭ চনতেই কৰা এনে ভৱিষ্যতবাণীয়ে সেই সময়ৰ জনসাধাৰণক এক কাল্পনিক ছবিৰ লগত সাক্ষাৎ কৰাইছিল ৷