১৬ ৱেব চাইটত পাব উচ্চতৰ মাধ্যমিকৰ ফলাফল

BREAKING NEWS
★ ২৫ জুনত ঘোষণা হব উচ্চতৰ মাধ্যমিকৰ ফলাফল
★ পুৱা ৯ বজাত ঘোষণা কৰা হব ফলাফল।
★ পূৰ্বৰ দৰে ফলাফলৰ বাবে থাকিব বুকলেট।
★ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় মহাবিদ্যালয়ত লাভ কৰিব মাৰ্কচিট আৰু চাৰ্টিফিকেট ।
★ইয়াৰ উপৰি ১৬ টা ৱেবচাইট যোগে লাভ কৰিব ফলাফল।
Website সমূহ হৈছে
www.hsinfo.in
www.ahsec.nic.in
www.knowyourresult.com
www.ExamResults.com
www.results.sikhsha
www.exametc.com
www.scholls9.com
www.jagranjosh.com
www.resultsamarujala.com
www.assamresult.com
www.Results.net
www.EduAssam.com
www.assam.shiksha
www. assamjobalerts.com
www.timesofindia.com
www.assamonline.in
www.school.gradeup.co