Local, Vocal, Global

গণেশগুৰিৰ হোটেল ভাৰ্গৱত অভিযান আৰক্ষীৰ

  • পিকে দত্তৰ হোটেল ভাৰ্গৱত আৰক্ষীৰ অভিযানত
  • ১৮-১৯ ছেপ্টেম্বৰ অহা লোকৰ তালিকা পৰীক্ষা আৰক্ষীৰ
  • ISBTৰ হোটেল ভাৰ্গৱ গ্ৰেণ্ডটো আৰক্ষীৰ অভিযান
  • CCTV বিচাৰিছে আৰক্ষীয়ে
  • CCTV কেমেৰা বেয়া বুলি ঘোষণা মেনেজাৰ
  • গণেশগুৰিৰ হোটেল ভাৰ্গৱৰ ৰেজিষ্টাৰ বহী হোৱা নাছিল
  • মেন্টেইনহোটেল ভাৰ্গৱত পঞ্জীয়ন বহীতো বৃহৎ খেলি-মেলি
  • বহুকেইটা ৰুম পঞ্জীনত নাই সঠিক তথ্য
  • কোঠা ভাড়ালৈ দিয়াৰ সময়ত ৰখা নাছিল পৰিচয় পত্ৰ
  • ১০৩,১১৩,১১৬,১২২নম্বৰ কোঠাত অহা-যোৱা লোকৰ নাম পৰীক্ষা
  • ৫ বছৰে বিকল হোটেল ভাৰ্গৱৰ CCTV কেমেৰা
  • হোটেল ভাৰ্গৱ চলিছিল নীতি বৰ্হিঃভুত কাম