Local, Vocal, Global

হাৰিয়ানাত কেবিনেটৰ সম্প্ৰচাৰ মঙলবাৰে


সোমবাৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এখন বৈঠকত মনোহৰ লাল খট্টৰ নেতৃত্বাধীন হাৰিয়ানা চৰকাৰৰ কেবিনেট সম্প্ৰসাৰণ মঙলবাৰ অৰ্থাৎ কাইলৈ অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে। ৰাজ্যিক কেবিনেটৰ নতুন মন্ত্ৰীসকলে কাইলৈ আবেলি ৪ বজাত ৰাজভৱনত শপত গ্ৰহণ কৰিব।
       উল্লেখ্য যে মন্ত্ৰীসকলৰ ভিতৰত আঠজন বিজেপিৰ, এজন জননায়ক জনতা পাৰ্টীৰ আৰু এজন নিৰ্দলীয়।