Local, Vocal, Global

হাজোত কৰুণ ঘটনাঃ প্ৰসাদ খাই বিষক্ৰিয়াত অর্ধ শতাধিক আক্ৰান্ত

হাজোৰ বাগটাৰ শান্তি চুবুৰীত কৰুণ ঘটনা
বুটমাহ খাই বিষক্ৰিয়াত এজনৰ মৃত্যু, আহত অৰ্ধশতাধিক
শান্তি চুবুৰীৰ নৃপেন দাসৰ ঘৰত শৰাধৰ প্ৰসাদত এই বিষক্ৰিয়া
বিষক্ৰিয়াৰ ফলত নৃপেন দাসৰ পুত্ৰৰ কৰুণ মৃত্যু
বিষক্ৰিয়াত আক্ৰান্ত অৰ্ধশতাধিক লোকক হাজোৰ বিষ্ণুৰাম মেধী অসামৰিক চিকিৎসালয়ত ভৰ্তি
চিকিৎসাধীন লোকসকল শৌচ,বমি,পেটৰ বিষত আক্ৰান্ত হৈ পৰিছে
সংকটজনক হৈ পৰিছে একাধিক আক্ৰান্তৰ অৱস্থা
নিশাই আক্ৰান্তসকলৰ স্বাস্থ্যৰ বুজ ল’বলৈ চিকিৎসালয়ত উপস্থিত স্থানীয় বিধায়িকা সুমন হৰিপ্ৰিয়া
৩০খন বিছনাযুক্ত চিকিৎসালয়খনত পৰ্যাপ্ত বিছনাৰ অভাৱত বিধায়িকাগৰাকীয়ে গ্ৰহণ কৰিলে নিজাববীয়া তৎপৰতা
নিশা ২ বজালৈ পৰিস্থিতি তদাৰক হাজোৰ বিধায়িকাৰ
প্ৰসাদত বিষক্ৰিয়াৰ ঘটনাক লৈ হাজোত তীব্ৰ চাঞ্চল্য।