Local, Vocal, Global

সুশান্ত সিংঙক উভতাই বিচাৰিছে ভগ্নী প্ৰিয়ংকাই, ‘SAY NO TO BOLLYWOOD’ ক জনালে সমৰ্থন

টুইটাৰ ট্ৰেণ্ড ‘SAY NO TO BOLLYWOOD’ ক এইবাৰ সমৰ্থন জনালে প্ৰয়াত অভিনেতা সুশান্তৰ ভগ্নী প্ৰিয়ংকাই৷ ইয়াৰ লগতে সুশান্তৰ ভগ্নী প্ৰিয়ংকাই শুক্লবাৰে টুইটাৰত লিখিলে যে- মই মোৰ ভাতৃক উভতাই বিচাৰিছো৷ প্ৰিয়ংকাই ‘SAY NO TO BOLLYWOOD’ টুইটাৰ ট্ৰেণ্ড সনৰ্থন জনোৱা সন্দৰ্ভত প্ৰয়াত অভিনেতা সুশান্তৰ অনুৰাগীসকলে সমৰ্থন জনালে৷