মৰিগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰ

নিউজ ডেস্ক, ১ মাৰ্চ :
জাগীৰোডত পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ
প্ৰায় চাৰি কোটি টকাৰ হেৰইন জব্দ কৰে জাগীৰোড আৰক্ষীয়ে
সোমবাৰে নিশা ড্ৰাগছ সৰবৰাহকাৰী লৈ গুলী চালনা কৰে আৰক্ষীয়ে

আব্দুচ ছামাদৰ নাম ড্ৰাগছ মাফিয়াটোক মণিপুৰৰ পৰা ৫৭০ গ্ৰাম ড্ৰাগছ সৰবৰাহ কৰাৰ সময়তেই আটক কৰে আৰক্ষীয়ে
বৰ্তমান GMCH ত চিকিৎসাধীন হৈ আছে আহত ড্ৰাগছ মাফিয়া আব্দুচ ছামাদ
![]() | ReplyForward |