Website Design: dastechnologies.in
মাজুলীত বন বিভাগৰ গাফিলতিৰ ফলত বনৰীয়া হাতীৰ কৰুণ মৃত্যু৷
বনবিভাগৰ পাৱাৰ ফেঞ্চিঙত লাগি কৰুণ মৃত্যু হাতীটোৰ৷
বনবিভাগৰ দ্বায়িত্বহীনতাৰ বাবেই মৃত্যুক আকোঁৱালি ল’লে খাদ্যৰ সন্ধানত ওলাই অহা প্ৰাপ্তবয়স্ক হাতীটোৱে।

মাজুলীৰ লাচন চাপৰিত সংঘটিত হৈছে এই কৰুণ ঘটনা।
বন বিভাগৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবেই এই কৰুণ ঘটনা সংঘটিত হোৱা বুলি উঠা অভিযোগৰ বিপৰীতে দায় সৰাৰ চেষ্টা চলাইছে স্থানীয় বন কৰ্তৃপক্ষই।।