Local, Vocal, Global

মাজুলীত বন বিভাগৰ গাফিলতিঃ বনৰীয়া হাতীৰ কৰুণ মৃত্যু

133

মাজুলীত বন বিভাগৰ গাফিলতিৰ ফলত বনৰীয়া হাতীৰ কৰুণ মৃত্যু৷

বনবিভাগৰ পাৱাৰ ফেঞ্চিঙত লাগি কৰুণ মৃত্যু হাতীটোৰ৷

বনবিভাগৰ দ্বায়িত্বহীনতাৰ বাবেই মৃত্যুক আকোঁৱালি ল’লে খাদ্যৰ সন্ধানত ওলাই অহা প্ৰাপ্তবয়স্ক হাতীটোৱে।

add3

মাজুলীৰ লাচন চাপৰিত সংঘটিত হৈছে এই কৰুণ ঘটনা।
বন বিভাগৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবেই এই কৰুণ ঘটনা সংঘটিত হোৱা বুলি উঠা অভিযোগৰ বিপৰীতে দায় সৰাৰ চেষ্টা চলাইছে স্থানীয় বন কৰ্তৃপক্ষই।।