Local, Vocal, Global

মহানগৰীৰ ক্ষেত্ৰীত আকৌ গাঞ্জা উদ্ধাৰ, গ্ৰেপ্তাৰ দুই

নিউজ ডেস্ক, ১৬ ফ্ৰেব্ৰুৱাৰী: ক্ষেত্ৰী আৰক্ষী থানাৰ এটা ইজিপিডি ( ড্ৰাগছ বিৰোধী স্কোৰ্ড ) দলে কৰিমগঞ্জৰ বাসিন্দা আফজল আহমেদ আৰু আলজাৰ হুছেইন নামৰ ২ জন লোকক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ পৰা মুঠ ১.৮৫০ কেজি গাঞ্জা উদ্ধাৰ কৰা হয়।

মহানগৰীৰ ক্ষেত্ৰীত আকৌ গাঞ্জা উদ্ধাৰ

বৰ্তমান ক্ষেত্ৰী আৰক্ষীয়ে আফজল আহমেদ আৰু আলজাৰ হুছেইনৰ বিৰুদ্ধে এটা মামলা ৰুজু কৰি সোধপোচ অব্যাহত ৰাখিছে।

 

মহানগৰীৰ ক্ষেত্ৰীত আকৌ গাঞ্জা উদ্ধাৰ, গ্ৰেপ্তাৰ দুই