বৰ্ষীয়মান সাংবাদিক তথা ‘হিন্দুস্থান সমাচাৰ’ৰ গুৱাহাটী কেন্দ্ৰৰ প্ৰতিষ্ঠাপক ৰমাশংকৰ ৰায়ৰ দূৰ্ঘটনা
নিউজ ডেস্ক,৮ ফ্ৰেব্ৰুৱাৰীঃ বৰ্ষীয়মান সাংবাদিক অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুভাষিক সংবাদ সংস্থা ‘হিন্দুস্থান সমাচাৰ’ৰ গুৱাহাটী কেন্দ্ৰৰ প্ৰতিষ্ঠাপক ব্যুৰোচীফ ৰমাকংকৰ ৰায়ৰ দেহাৱসান ঘটিছে। সোমবাৰে সন্ধিয়া উত্তৰপ্ৰদেশৰ মৌ জিলাৰ অন্তৰ্গত হাথিনি অঞ্চলৰ চোৰপাৰ্খুদ গাঁওত থকা তেঁওৰ পিতৃৰ গৃহত সাংবাদিকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেঁওৰ বয়স আছিল ৮৬ বছৰ। পৰিয়ালৰ সূত্ৰৰ মতে, সাংবাদিকগৰাকী হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে।