Local, Vocal, Global

বৰঝাৰত দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় বিমান

16

নিশা বৰঝাৰত অৱতৰন লকডাউনৰ পিছত অসমলৈ অহা দ্বিতীয়খন আন্ত:ৰাষ্ট্ৰীয় বিমানৰ।
মস্কোৰ পৰা দিল্লী হৈ গুৱাহাটীত উপস্থিত বিমানখন।
৩৭ গৰাকী যাত্ৰী অহা বিমানখনৰ অধিকাংশই ৰাছিয়াত অধ্যয়নৰত।
ৰাছিয়াৰ পৰা অহা বিমানখনত অসমৰ লগতে আহিছে উত্তৰ-পূৱৰো যাত্ৰী।
নিশা স্বাস্থ্য পৰীক্ষা আৰু নমুনা সংগ্ৰহৰ পাছত যাত্ৰীসকলক অনা হয় হোটেল কিৰনশ্ৰীলৈ
একাংশ যাত্ৰীক আই আই টি গুৱাহাটীত কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰা হৈছে।
ইয়াৰ পূৰ্বে যোৱা ২৯ মে’ত কুৱেইটৰ পৰা আহিছিল প্ৰথমখন আন্ত:ৰাষ্ট্ৰীয় বিমান।

Comments are closed, but trackbacks and pingbacks are open.