Local, Vocal, Global

পৰিনীতি চোপ্ৰাৰ সমাগত ছবি ‘SAINA’ ৰ কাৰণে প্ৰিয়ংকা চোপ্ৰা জোনাচৰ পৰা ললে TIPS

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী পৰিনীতি চোপ্ৰায়ে SAINA NEHWAL ৰ BIO PIC ‘SAINA’ ৰ বাবে চুক্তিবদ্ধ হৈছে। এক দুৰ্দান্ত অভিনয়েৰে দৰ্শকৰ মন জয় কৰিবলৈ সাজু হৈ উঠিছে অভিনেত্ৰীগৰাকী। সমাগত ছবিখনৰ বাবে অভিনেত্ৰীগৰাকীয়ে প্ৰিয়ংকা চোপ্ৰা জোনাচৰ পৰা SAINA’ ছবিখনৰ পৰা বাবে পৰামৰ্শ লোৱাৰ কথা জানিবলৈ দিয়ে। SAINA ছবিখনৰ চৰিত্ৰটোৰ বাবে নিজকে সম্পূৰ্ণভাবে সাজু কৰি তুলিবলৈ প্ৰিয়ংকাই পৰিণীতিক পৰামৰ্শ দিয়াৰ কথাও SAINA ছবিখনৰ অভিনেত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। পৰিনীতিয়ে লগতে জনায় যে প্ৰিয়ংকা একেইবাৰেই মেৰিকম নিচিনা নাছিল কিন্তু তেওঁ নিজকে সম্পূৰ্ণভাবে নিজকে মেৰিকমলৈ সলনি কৰি পেলাইছিল৷ লগতে পৰিণীতি য়ে জনায় যে প্ৰিয়ংকাই তেওঁক SAINA সম্পূৰ্ণভাৱে অনুভৱ কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা বুলি জানিবলৈ দিয়ে৷