Local, Vocal, Global

পোনপ্ৰথম বাৰৰ বাবে ভাৰতবৰ্ষত উদ্বোধন হ’ল বন নিৰাময় কেন্দ্ৰ ।

 

ভাৰতৰ প্ৰথমটো বন নিৰাময় কেন্দ্ৰ উদ্বোধন হ’ল উত্তৰাখণ্ডৰ ৰানীখেত । বিশিষ্ট পৰিবেশবিদ যোগিন্দৰ বিষ্টৰ দ্বাৰা উদ্বোধন কৰা বন নিৰাময় কেন্দ্ৰটো ১৩একৰ অঞ্চলজুৰি বিয়পি আছে । লগতে এই কেন্দ্ৰটো উত্তৰাখণ্ডৰ বন বিভাগৰ গৱেষণা শাখাৰ দ্বাৰা বিকশিত কৰা হৈছে । উল্লেখনীয় যে বন নিৰাময় কেন্দ্ৰটো জাপানী ধাৰণা (অৰণ্য স্নান আৰু প্ৰাচীন ভাৰতীয় পৰম্পৰা)ৰ পৰা অনুপ্ৰাণিত ।