Local, Vocal, Global

পুনৰ ২৫ অক্টোৱৰত অনুষ্ঠিত SI পদৰ পৰীক্ষা

বাতিল হোৱা SI পদৰ পৰীক্ষা অহা ২৫ অক্টোৱৰত অনুষ্ঠিত কৰাৰ বাবে চৰকাৰৰ পুনৰ প্ৰস্তুতি। লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ পিছত নতুন দিনাংক নিৰ্ধাৰণ। ৫৯৭টা SI পদৰ বাবে অনুষ্ঠিত হ’ব পৰীক্ষা। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডে চলাইছে এই প্ৰস্তুতি।কিন্তু ২৫ অক্টোৱৰত নৱমী হোৱাৰ বাবে পুনৰ বিতৰ্কত SI পদৰ পৰীক্ষা। প্ৰশ্নকাকত ফাদিল হোৱাৰ  বাবে ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা SI পদৰ পৰীক্ষা বাতিল হৈছিল।