Local, Vocal, Global

পুনৰ পুত্র সন্তানৰ মাতৃ হ’ল কৰিনা কাপুৰ খান

দ্বিতীয়বাৰৰ বাবে মাতৃ হ’ল কৰিনা কাপুৰ খান। শনিবাৰে নিশাৰভাগত মুম্বাইৰ ব্ৰীছ কেণ্ডীত হাস্পতালত ভর্তি হৈছিল জনপ্রিয় অভিনেত্রীগৰাকী। ২১ ফেব্ৰুৱাৰী অৰ্থাৎ ৰবিবাৰে পুৱা এটি পুত্র সন্তান লাভ কৰে কৰিনা আৰু ছেফ আলী খানে।