Local, Vocal, Global

পলম হব পাৰে ১৮ বছৰতকৈ ঊৰ্ধৰ ব্যক্তিৰ ভেকচিন অভিযান

পলম হব পাৰে ১৮
বছৰতকৈ ঊৰ্ধৰ
ব্যক্তিৰ ভেকচিন
অভিযান
সংবাদ মাধ্যমৰ আগত এই কথা ঘোষনা কৰিলে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
সমগ্ৰ ৰাজ্যতে টিকাকৰণ লেহেমীয়া গতি হোৱাৰ ফলত ১ মে’ৰ পৰা আৰম্ভ হ’ব লগা ১৮ বছৰৰ ওপৰৰ ব্যক্তিসকলক কিছু পলমকৈ দিয়া হ’ব টিকাকৰণ কৰা অভিযান এই কথা জনাঁলে ড° হিমন্ত বিশ্ব শৰ্মাই । সোমবাৰে সন্ধিয়া ৬ বজাত চৰকাৰী ৱেবছাইটত প্ৰকাশ কৰিছিল যে ৰাজ্যত ৪,৩৬,১৪৩ জন লোকক টিকাকৰণ সমপূৰ্ণৰূপে দিয়া গৈছে সংবাদ মাধ্যমৰ আগত সোমবাৰে প্ৰকাশ কৰি কয় যে ভাৰত বায়োটেক ,চিৰাম ইনাষ্টিটিউটক ভেকচিন প্ৰেৰণ কৰিব তেতিয়াহে এই ভেকচিন প্ৰদান কৰিব পাৰিব বুলি প্ৰকাশ কৰে ।ভাৰত চৰকাৰে প্ৰদান কৰা গাইড লাইন ভেকচিন অনুসৰি ৰাজ্য আৰু জিলাসমূহৰ কেছলোড তাৰ ওপৰত নিৰ্ভৰ কৰিব । স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জনায় যে মে মাহৰ প্ৰথম সপ্তাহত এই ভেকচিন প্ৰদান কৰা নাযাব বুলি প্ৰকাশ কৰে ।১ মিলিয়ন ভেকচিন ১০ মে’ৰ ভিতৰত অসমলৈ অহাৰ কথা চৰকাৰী পক্ষই প্ৰকাশ কৰে।