ছিঃ ছিঃ, কেমেৰাৰ সন্মুখত কি কৰিলে নুছৰতে

টলিউডৰ আটাইতকৈ চৰ্চিত নায়িকা। এটা পুত্ৰ সন্তানৰ মাতৃ। নায়িকাৰ চৰ্চাৰ কোনো অন্ত নাই। হয়, অভিনেত্ৰী-সাংসদ নুছৰত জাহানৰ কথাকে কৈছো। নুছৰত জাহান যোৱা বছৰৰ পৰা যথেষ্ট চৰ্চাত আছে। স্বামী নিখিল জৈনৰ পৰা বিবাহ বিচ্ছেদ, অভিনেতা যশৰ সৈতে প্ৰেম৷ আকস্মিক গৰ্ভধাৰণ, এই সকলোবোৰে অভিনেত্ৰীগৰাকীৰ জীৱনক লৈ এনে একাধিক আলোচনা।
অভিনেত্ৰীগৰাকীয়ে গৰ্ভধাৰণৰ কেইবাটাও ফটোশ্বুট আৰু ভিডিঅ’ কৰিও চৰ্চালৈ আহিছে। যি কি নহওক, এইবোৰ চৰ্চা বেলেগ। শেহতীয়াকৈ, নুছৰতৰ এটা ভিডিঅ’ দেখি নেটিজেনসকল ব্যস্ত হৈ পৰিছে৷
ভিডিঅ’টোত, নুছৰতক প্ৰথমে নিজকে ৰঙা টি-চাৰ্ট পিন্ধি থকা দেখা যায়। তাৰ ঠিক পিছতে, তেওঁ কেমেৰাৰ সন্মুখত কাপোৰ সলনি কৰে আৰু তেওঁক আন এটা অৱতাৰত দেখা যায়৷ যিটো নেট পৃথিৱীত চৰ্চা হৈছে। কিছুমানে আচৰিত হৈ লিখিছি, এইটো কি! তুমি কি কৰিছা!’ আচলতে, প্রথমে এক সাধাৰণ পোছকত আছিল, কিন্তু লগে লগে কেমেৰাৰ সন্মুখতে সলনি হয় পোছাক৷