কৰ’না , ৰাজ্যত নতুনকৈ আক্ৰান্ত ৪৭

*ৰাজ্যত নতুনকৈ কৰ’নাত আক্ৰান্ত ৪৭ জন লোক।
*শেহতীয়াকৈ আক্ৰান্ত সকলৰ ৩৩ জন হোজাইৰ,৬ জন ধেমাজিৰ,৪ জন বঙাইগাঁৱৰ,৩ জন বৰপেটাৰ আৰু ১ জন বাক্সা জিলাৰ ।
*এই পৰ্যন্ত ৰাজ্যত আক্ৰান্তৰ সংখ্যা ১,৮৭৭ জনলৈ বৃদ্ধি।
*ৰাজ্যত সম্প্ৰতি সক্ৰিয় ৰোগীৰ সংখ্যা ১৪৫৭ জন,এই পৰ্যন্ত ৪১৩ জনক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হৈছে।