Local, Vocal, Global

কৰ’নাৰ ঔষধ ওলাল, পিছে দাম বহুত

55

কৰ’নাৰ প্ৰথমটো ঔষধত কেন্দ্ৰৰ অনুমোদন ।
গ্লেনমাৰ্ক ফাৰ্মাচীটিউকেলৰ ফেবিফ্লু ঔষধে পালে অনুমোদন।

শনিবাৰৰ পৰাই দেশৰ বজাৰত উপলব্ধ হৈছে এই টেবলেট ।

অহা সপ্তাহৰ পৰা সমগ্ৰ দেশতে সহজলভ্য হ’ব এই ফেবিপিৰাভিৰ টেবলেট।
প্ৰতিটো টেবলেটৰ দাম ১০৩ টকা।
এটা ক’ৰ্চত ১২২ টা টেবলেট খাব লাগিব, যাৰ বাবে মুঠ ব্যয় হ’ব ১২,৫৬৬ টকা।

Comments are closed, but trackbacks and pingbacks are open.