Local, Vocal, Global

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ত চাঞ্চল্য

136

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ত চাঞ্চল্য
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ডিপি সম্বলিত গৃহ মন্ত্ৰ্যালয়ৰ ফেচবুক পে’জত সুৰাৰ বটল, গিলাছ, চাকনাৰ ফটো৷ পশ্চিমবংগৰ শেহতীয়া আম্ফানৰ বিপৰ্যয়ৰ মাজত NDRF-এ চলোৱা অভিযানৰ দৃশ্য প্ৰচাৰ কৰিবলৈ গৈ ভূলবশত: বিতৰ্কিত ফটো আপলোড৷ ২৮ মে’ত সংঘটিত এই ঘটনাৰ পাছতে দেশজুৰি খলকনি৷
শাস্তিৰূপে গৃহ মন্ত্ৰ্যালয়ৰ মিডিয়া উইঙৰ সকলো বিষয়াক তাৎক্ষণিক বদলিৰ নিৰ্দেশ৷