Local, Vocal, Global

কাৰ্বিপাহাৰত অব্য়াহত আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী অভিযান

16

কাৰ্বিপাহাৰত আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী অভিযান | এই অভিযানত আটক PDCK-ৰ গৃহ আৰু ছাৰ্জেন্টসহ চাৰিজনকৈ সদস্যা | পাৰখোৱাৰ দুৰ্গম ডংহাপ  এলেকাৰ পৰা আটক গৃহ সচিব ডেভিদ মুক্ৰাঙৰ লগতে আটক ছাৰ্জেন্ট পল জেছিং ছিং আৰু সদস্য ক্ৰমে আঙটং ৰংপি আৰু ৰুজট্ৰেল ইংতিং | উগ্ৰপন্থী সদস্য কেইজনৰ পৰা জব্দ কৰে দুটাকৈ 7.65 পিষ্টলৰ, নগদ প্ৰায় ৩ লাখ টকা, এটা লেপটপৰ লগতে বহু আপত্তিজনক নথিপত্র | চাৰি দিন পুৰ্বেও আৰক্ষীয়ে AK চিৰিজৰ অত্যাধুনিক মাৰণাস্ত্রসহ আটক কৰিছিল তিনিজনকৈ দুধৰ্ষ অপৰাধী |

Comments are closed, but trackbacks and pingbacks are open.