কাছাৰৰ কাটিগড়াত মহ জব্দ
কাছাৰৰ কাটিগৰাত চোৰাং ম’হ ভৰ্তি ট্ৰাক জব্দ ৷ বিএছএফ আৰু আৰক্ষীৰ অভিযানত জব্দ ১৮ টা ম’হ ৷ নিশা গোপনে মেঘালয় হৈ বাংলাদেশলৈ নিয়াৰ সময়ত জব্দ ম’হ কেইটা ৷ AS01DD – 1092 নম্বৰৰ ট্ৰাকৰ পৰা হিলাৰাত জব্দ৷ আৰক্ষীক দেখা মাত্ৰে পলায়ন চালক সহ চোৰাং ব্যৱসায়ীৰ ৷ সম্প্ৰতি কাটিগৰা থানাৰ জিন্মাত ৰখা হৈছে ম’হ কেইটা ৷ ম’হ কেইটাৰ বজাৰ মূল্য হব ২০ লাখ টকা।