Local, Vocal, Global

কমল হাচানৰ বাহন ওপৰত উদণ্ড যুৱকৰ আক্ৰমণ, কথমপি ৰক্ষা পৰিল MNM পাৰ্টীৰ PRESIDENT গৰাকী

তামিলনাডুত POLL CAMPAIN ৰ সময়ত কমল হাচানৰ বাহনত আক্ৰমণ৷ দুৰ্ঘটনাৰ পৰা পৰা কথমপি ৰক্ষা পৰিল MNM পাৰ্টীৰ PRESIDENT গৰাকী৷ MAKKAN NEEDHI MAIAM পাৰ্টীৰ PRESIDENT কমল হাচানৰ বাহনত এজন যুৱকে আক্ৰমণাত্মক উদ্দেশ্যৰে আক্ৰমণ চলাইছিল৷ যদিও কথমপি ৰক্ষা পৰিল কমল হাচান ৷ যুৱকজনৰ আক্ৰমণৰ ফলত কমল হাচানে POLL CAMPAINING ৰ বাবে ব্যৱহাৰ কৰা বাহনখনৰ খিড়িকীৰ গ্লাছ ভাঙি যোৱা বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে আক্ৰমণ চলোৱা যুৱকজন সুৰাসক্ত হৈ থকাৰ কথাও পোহৰলৈ আহিছে৷