Local, Vocal, Global

ঋতুপৰ্ণৰ পত্নীৰ কাষত যুৱমৰ্চাৰ নেতৃত্ব

131
  •  দুৰ্ভগীয়া ঋতুপৰ্ণ পেগুৰ নিঠৰুৱা পৰিয়ালৰ কাষত যুৱমৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মণ ৷
  • স্বামীৰ অকাল মৃত্যুত ভাগি পৰা ঋতুপৰ্ণৰ পত্নী এলিনা পেগুৰ হাতত ৫০,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান ।
  •  ঋতুপৰ্ণ পেগু হত্যাকাণ্ডৰ বিচাৰৰ বাবে আইনী প্ৰক্ৰিয়াত ঋতুপৰ্ণৰ পত্নীক সকলো  ধৰণৰ আৰ্থিক সাহায্য প্ৰদান কৰিব  যুৱমৰ্চাই  ৷
  • শুক্ৰবাৰে নুনমাটিত দুৰ্বৃত্তৰ নৃশংসতাৰ বলি হৈছিল ঋতুপৰ্ণ।