Local, Vocal, Global

ইউক্ৰেনৰ হাতত ৰো অধিক ৰাছিয়ান সৈন্যৰ মৃত্যু- নিহত ৪০জন ইউক্ৰেন সেনা

নিউজ ডেস্ক, ২৪ ফ্ৰেব্ৰুৱাৰীঃ ৰাছিয়া আৰু ইউক্ৰেনৰ যুদ্ধ চলি থকাৰ মাজতেই ইউক্ৰেনে দাবী কৰে যে, এই সংঘৰ্ষত ইতিমধ্যে ৫০ ৰো অধিক ৰাছিয়ান সৈনিকৰ মৃত্যু হৈছে। শেহতীয়া খবৰ অনুসৰি ৰাছিয়াই কৰা আক্ৰমণৰ ফলত প্ৰায় ৭জন নিহত আৰু কেইবাজনো ইউক্ৰেন সেনা আহত হয়।
                 ইতিমধ্যে ৰাছিয়াৰ ৰক্ষা মন্ত্ৰালয়ে ইউক্ৰেনৰ বায়ু সেনা ঘাটিকে ধৰি কেইবাটাও স্থান ধ্বংস কৰিছে ৰাছিয়ান সেনাই। তদুপৰি ইউক্ৰেনত নিক্ষেপ কৰিছে মিছাইল।