Local, Vocal, Global

আজি মহাপ্ৰভু শ্ৰী কৃষ্ণৰ জন্মাষ্টমী

আজি মহাপ্ৰভু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। ক’ভিড পৰিস্থিতিৰ বাবে অনুষ্টুপীয়াকৈ অয়োজন কৃষ্ণৰ জন্মাষ্টমী। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নামঘৰ-মন্দিৰ সমুহত আধ্যাত্মিক পৰিৱেশৰ মাজত উদযাপন জন্মাষ্টমী। হৰি নামৰ ধ্বনিত মুখৰিত ৰাজ্যৰ মন্দিৰ-নামঘৰ সমুহ। পুৱাতে সকলো ওলাই আহিল নামঘৰলৈ,শ্ৰীকৃষ্ণৰ ভক্তি ৰসত বুৰ গ’ল সকলো। ৰাজ্যৰ অসুয়া -অপ্ৰীতি,কৰ’না মহামাৰীৰ পৰা পৰিত্ৰাণ বিচাৰি নেদেখাজনৰ ওচৰত আঁঠু লয়।