Local, Vocal, Global

আজিৰ দিনটোৰ ৰাশিফল,চাওক আজিৰ দিনটো আপোনাৰ কেনেকুৱা যাব….

মেষ ৰাশি- কথা বতৰা,ব্যৱহাৰত মধুৰতা প্ৰকাশ পাব ।দুৰ্যোগ আতৰিব।প্ৰেমত শান্তি।

বৃষ ৰাশি-কৰ্তব্যৰ প্ৰতি নিষ্ঠা,দায়বদ্ধতা প্ৰকাশ পাব।দুৰ্ঘটনাৰ আশংকা।প্ৰেমত শুভ।

মিথুন ৰাশি- মনত বহু প্ৰশ্ন বা অভিমানৰ উদ্ৰেক ঘটিব। প্ৰেমত শংকা।মাতৃৰ শুভ।

কৰ্কট ৰাশি- কামৰ হেঁচা বাঢ়িব।শত্ৰু কমিব।প্ৰেমত পৰিব কাৰোবাৰ।

সিংহ ৰাশি-চৰকাৰী যোগাযোগত কাম কাজ আগবাঢ়িব।স্বাস্থ্যৰ অৱনতি।অৰ্থৰ প্ৰয়োজন অধিক হ’ব।

কন্যা ৰাশি -আনৰ প্ৰিয়ভাজন হ’ব।প্ৰেমত শুভ।আত্মাবিশ্বাস বাঢ়িব।ভ্ৰমণৰ সুযোগ।জীৱনক লৈ চিন্তা।

তুলা ৰাশি-ঘৰুৱা অশান্তি।খঙৰ ওপৰত সংযম ৰাখক।প্ৰেমত সন্দেহ।

বৃশ্চিক ৰাশি-কৰ্মত উন্নত।শুভ বাৰ্তাৰ সংযোগ।যোগ্যতা অনুসৰি উচিত ফল লাভ।স্বাস্থ্যৰ উন্নত।

ধনু ৰাশি- ছাত্ৰৰ সুখ্যাতি।কৰ্তব্যৰ প্ৰতি নিষ্ঠা।কোনো আত্মীয়ৰ পৰা দুঃসংবাদ আহিব পাৰে।প্ৰেমত শুভ।

মকৰ ৰাশি-পৰিয়ালৰ প্ৰতি দ্বায়বদ্ধতা বৃদ্ধি।নতুন বাৰ্তা লাভৰ সংকেত।সংগীৰ ফালৰ পৰা শুভ সংবাদ পাব।

কুম্ভ ৰাশি- জেদ ভাৱ এৰাই চলিব ।আত্মীয়ৰ সৈতে মনোমালিন্যৰ সম্ভাৱনা।প্ৰেমত সুন্দৰতা।

মীন ৰাশি- কৰ্মত অন্যমনস্ক নোহোৱাটো শ্ৰেয়।অশুভ সংবাদৰ সম্ভাৱনা।খং কমাওক।আলহী আহিব