অহা ৪ জানুৱাৰীৰ ‘জব মেলা’ বাতিল
গুৱাহাটী, ১ জানুৱাৰীঃ নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়, অসমৰ অধীনত জিলা নিয়োগ বিনিময় কেন্দ্ৰ, গুৱাহাটীত ‘নেশ্বনেল কেৰিয়াৰ চাৰ্ভিচ প্ৰজেক্ট’য়ে অহা ৪ জানুৱাৰীত অনুষ্ঠিত কৰিবলগীয়া ‘জব মেলা’ অনিবাৰ্য কাৰণবশতঃ বাতিল কৰা হৈছে।
জিলা নিয়োগ বিনিময়, ৰিহাবাৰী কাৰ্যালয়ৰ পৰা তথ্য আৰু জনসংযোগ সঞ্চালকালয়ক এক পত্ৰ যোগে এই কথা জানিবলৈ দিয়ে।