Local, Vocal, Global

অসম আন্দোলনৰ শ্বহীদ হৰপতি তালুকদাৰৰ মাতৃৰ বিয়োগ

সৰভোগৰ অসম আন্দোলনৰ শ্বহীদ হৰপতি তালুকদাৰৰ মাতৃ মনোমতী তালুকদাৰ ৮৫ বছৰ বয়সত পৰলোকপ্ৰাপ্তি হয়। আজি বিয়লি দিনৰ তিনি বজাৰত এই সংসাৰৰ পৰা পৰলোকপ্ৰাপ্তি ঘটে। মনোমতী তালুকদাৰৰ নশ্বৰদেহ সৰভোগৰ ৰাজহুৱা শ্মশানত সৎকাৰ কৰে৷

বৰনগৰবাসী ৰাইজে শোক প্ৰকাশ কৰাৰ লগতে আছুৱে শোক প্ৰকাশ কৰে। বৰপেটা জিলা নগৰ উন্নয়নৰ অধ্যক্ষ মহেন্দ্ৰ মোহন দাসে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে।