Local, Vocal, Global

অসমৰ ১৫ বছৰীয়া এগৰাকী কিশোৰী বহিঃৰাজ্য পৰা উদ্ধাৰ

 নিউজ ডেস্ক:কিশোৰী গৰাকী আছিল,ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত ফকিৰানীঝাৰ ২য় খণ্ড গাঁৱৰ।  উল্লেখ্যু যে ধূবুৰী আৰক্ষী অধীক্ষকৰ নিৰ্দ্দেশ মৰ্ন্মে Anti Corruption and Crime Control Committee ৰ সহযোগত বিলাসীপাৰা আৰক্ষী নিৱেশৰ বিশেষ এগৰাকী সঁজাতি দল বিহাৰত উপস্থিত হৈ,বিহাৰ আৰক্ষী সহযোগত তীব্ৰ গতিত অভিযান চলাই অসমৰ কিশোৰী  গৰাকীক বিহাৰ পৰা উদ্ধাৰ কৰে,আৰক্ষীয়ে-কিশোৰী গৰাকীক উদ্ধাৰ কৰি  বিলাসীপাৰা আৰক্ষী নিৱেশ লৈ চমজাই দিয়ে,আৰক্ষীয়ে।।