Local, Vocal, Global

 অভিনেতা মনোজ বাজপেয়ীৰ দেহত ধৰা পৰিল ক’ভিড-১৯ পজিটিভ

এইবাৰ ক’ভিড-১৯ ত আক্ৰান্ত হৈছে বলীউড অভিনেতা মনোজ বাজপেয়ী । অভিনেতাজনে অভিনয় কৰি থকা RONNIE SCREWVALA নামৰ ছবিখনৰ কাম কিছুদিনৰ বাবে স্থগিত কৰি SELF QUARQNTINE ত আছে বুলি জানিব পৰা গৈছে । এমাহৰ অন্ততপুনৰ ফিল্মখনৰ SHOOTING ৰ কাম আৰম্ভ কৰিব অভিনেতা গৰাকীয়ে । ইয়াৰ পূৰ্বে ছবিখনৰ পৰিচালক কাণু কেহলেও ক’ভিড-১৯ আক্ৰান্ত হৈছিল।