ডি জি জি আইয়ে পীয়ুষ জৈনৰ পৰা ১০ কোটি টকাতকৈও অধিক টকা উদ্ধাৰ কৰে,মুঠ ১৮৭.৪৫ টকা জব্দ কৰিছে

গুৱাহাটী: জি এছ টি চোৰাংচোৱা সঞ্চালকলয়ৰ আহমেদাবাদে উত্তৰ প্ৰদেশৰ কনৌজ জিলাৰ ওদোকেম উদ্যোগৰ প্ৰচাৰক সুগন্ধি ব্যৱসায়ী পীয়ুষ জৈনৰ কাৰখানা আৰু বাসগৃহৰ পৰা ১০ কোটি তকৈ ও অধিক ধন জব্দ কৰে।জৈনৰ পৰা উদ্ধাৰ হোৱা মুঠ নগদ ধন ১৮৭.৪৫ কোটি টকাত উপনীত হৈছে।অনুসন্ধানৰ সময়ত উদ্ধাৰ হোৱা নগদ ধন জি এছ টি আইনৰ ৬৭ ধাৰাৰ অধীনত জব্দ কৰা হৈছে।চৰকাৰী সূত্র অনুসৰি, ডি জি জি আই আৰু স্থানীয় কেন্দ্ৰীয় জি এছ টি ৰ এটা যুটীয়া দলে কনৌজৰ জৈনৰ কাৰখানাৰ পৰা ৫ কোটি টকা উদ্ধাৰ কৰে।জৈনক এতিয়াও জেৰা কৰি থকা হৈছে।